কলা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কলা শব্দই তলৰ বিষয়বস্তুসমূহ বুজাব পাৰে:

  • কলা (Art) বা শিল্প: মানৱ সৃজনশীলতাৰ ৰূপ।
  • কলা (জীৱবিজ্ঞান) (Tissue): এক প্ৰকাৰৰ অথবা একাধিক ধৰনৰ কিছু কোষৰ সমষ্টি।
  • কলা (Deaf): শ্ৰৱন বিসংগতি বা বধিৰতা থকা লোক।
  • কলা: চন্দ্ৰৰ ষোল্ল ভাগৰ এভাগ।