ইয়' জিমা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইয়' জিমা (Iwo Jima)
স্থানীয় নাম: 硫黄いおうとう

প্ৰশান্ত মহাসাগৰত ইয়' জিমাৰ স্থান
ভৌগোলিক
অৱস্থান প্ৰশান্ত মহাসাগৰ
ভৌগোলিক স্থানাংক 24°47′N 141°19′E / 24.783°N 141.317°E / 24.783; 141.317
দ্বীপপুঞ্জ আগ্নেয়গিৰি দ্বীপ
মাটিকালি 8 sq mi (21 km2)
সৰ্বোচ্চ উচ্চতা ১৬৯ m (554 ft)
সৰ্বোচ্চ বিন্দু চুৰিবাচি শৃংগ[1]
ৰাষ্ট্ৰ
Subprefecture Ogasawara Subprefecture
জনগাঁথনি
জনসংখ্যা স্থানীয় বাসিন্দা নাই (কেৱল সামৰিক লোক)

ইয়' জিমা /ˈwɵ ˈmə/, officially Iō-tō (硫黄いおうとう?, [2] এই শব্দটোৰ বিষয়ে listen : "ছালফাৰ দ্বীপ"), হৈছে জাপানৰ তিনিটা আগ্নেয়গিৰি দ্বীপৰ মাজৰটো। পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত এই দ্বীপটো প্ৰায় ৫ মাইল (৮ কি:মি:) দীঘল, ৭৩০ মিটাৰ-৪ কি:মি: বহল, আৰু ইয়াৰ মাটিকালি ৮ বৰ্গমাইল (২০ বৰ্গকি:মি:)।[3]ট'কিয়' পৰা ৬৫০ নটিকেল মাইল (৭৫০ মাইল; ১২০০ কি:মি:) দূৰত অৱস্থিত। ১৯৪৫ চনলৈকে ই জাপানৰ অধীন আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪৫ চনৰ ফ্ৰেব্ৰুৱাৰী-মাৰ্চত ইয়াতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানৰ মাজত ইয়' জিমাৰ যুদ্ধ সংঘটিত হৈছিল। মাৰ্চ মাহৰ মাজভাগমানত এই দ্বীপ আমেৰিকা যুক্তৰাষ্ট্ৰ‌ই অধিকাৰ কৰে। আমেৰিকাৰ উৰাজাহাজবোৰ জাপানলৈ যাবৰ বাবে ইয়াক ঘাটি হিচাপে ব্যৱহাৰ কৰা হৈছিল। ১৯৬৮ চনত ইয়াক পুনৰ জাপানৰ শাসনলৈ স্থানান্তৰিত কৰা হয়।

কৃত্ৰিম উপগ্ৰহৰ পৰা লোৱা ইয়' জিমাৰ ছবি (Iōtō), ১৯৯৯।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]