(Translated by https://www.hiragana.jp/)
প্ৰাণীবিজ্ঞান - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

প্ৰাণীবিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰাণী বিদ্যা হৈছে জীৱবিজ্ঞানৰ এটা শাখা। এই শাখাত সকলো প্ৰাণীৰ বিষয়ে গৱেষণা কৰা হয়।[1] জীৱবিদ্যা বা জীৱ বিজ্ঞানৰ যি শাখাত প্ৰাণীৰ বিষয়ে সম্যক আলোচনা আৰু বিভিন্ন তথ্য পৰিবেশিত কৰা হয় তাকে প্ৰাণী বিজ্ঞান বা প্ৰাণী বিদ্যা বোলে।

প্ৰাণী বিজ্ঞানত প্ৰাণীৰ শৰীৰৰ গঠন, ভ্ৰূণবিজ্ঞান, বিৱৰ্তন, শ্ৰেণীবিন্যাসৰ অভ্যাস আৰু জীৱন্ত আৰু বিলুপ্ত উভয় প্ৰাণীৰ বিস্তাৰ আৰু প্ৰজনন আদি সকলো বিষয় অধ্যয়ন কৰা হয়। প্ৰাণীবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ 'Zoology' প্ৰাচীন, গ্ৰীক অভিধানৰ পৰা আহৰণ কৰা হৈছে ( ζぜーたοおみくろんνにゅー, zōion, অৰ্থাৎ প্ৰাণী আৰু λόγος, logos, অৰ্থাৎ "জ্ঞান অধ্যয়ন")।[1]

কনৰাড জেছনাৰ (১৫১৬–১৫৬৫)। তেঁওৰ "Historiae animalium"ক আধুনিক প্ৰাণী বিদ্যাৰ আৰম্ভণি বুলি বিবেচনা কৰা হয়।

প্ৰাণী বিজ্ঞানৰ বিভিন্ন শাখা

[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বহিঃসংযোগ

[সম্পাদনা কৰক]