(Translated by https://www.hiragana.jp/)
শাস্ত্ৰীয় চীনা ৱিকিপিডিয়া - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

শাস্ত্ৰীয় চীনা ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia শাস্ত্ৰীয় চীনা ৱিকিপিডিয়া
soft2i
ইউ আৰ এল zh-classical.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা শাস্ত্ৰীয় চীনা ভাষা es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

শাস্ত্ৰীয় চীনা ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ শাস্ত্ৰীয় চীনা সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৩,৪৫৯ প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৪ চনত শাস্ত্ৰীয় চীনা ৱিকিপিডিয়াৰ ১৩,৪৫৯ টা প্ৰবন্ধ, ১,০৪,০০০ গৰাকী সম্পাদক, ৭ গৰাকী প্ৰশাসক আৰু ০ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৪,০৭,০৪৯।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

শাস্ত্ৰীয় চীনা ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]