(Translated by https://www.hiragana.jp/)
ৱিকিপিডিয়া:ৱিকিচ'ৰা - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিচ'ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিচ'ৰা হৈছে কোনো নিৰ্দিষ্ট বিষয় বা পৰিসৰ সম্পৰ্কে লিখিত প্ৰবন্ধসমূহৰ "মূখ্য পৃষ্ঠা"। কোনো ৱিকিচ'ৰা এটা বা একাধিক ৱিকিপ্ৰকল্পৰ সৈতে সম্পৰ্কীত হ'ব পাৰে; কিন্তু ৱিকিপ্ৰকল্পৰ বিপৰীতে, ইয়াক পাঠক আৰু ৱিকিপিডিয়ান দুয়োৰে বাবে সৃষ্টি কৰা হয়, আৰু প্ৰবন্ধ মনোনীত তথা সম্পাদনাৰ বাবে উদগনি জনোৱা উচিত। ৱিকিচ'ৰাবোৰ কেৱল বিশ্বকোষীয় বিষয় সম্পৰ্কে সৃষ্টি কৰা হয়, শ্ৰেণী ব্যৱস্থাপনাৰ বাবে নহয়।