(Translated by https://www.hiragana.jp/)
২১ জুন - ৱিকিউদ্ধৃতি সমললৈ যাওক

২১ জুন

ৱিকিউদ্ধৃতিৰ পৰা

বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:

২০২৩
“काममय एवायं पुरुष इति
स यथाकामो भवति तत्क्रतुर्भवति
यत्क्रतुर्भवति तत्कर्म कुरुते
यत्कर्म कुरुते तदभिसम्पद्यते


(আপুনি সেইজনেই যাৰ গভীৰ ইচ্ছা আছে
যেনেকুৱা আপোনাৰ ইচ্ছা, তেনেকুৱা আপোনাৰ ইচ্ছাশক্তি
যেনেকুৱা আপোনাৰ ইচ্ছাশক্তি, তেনেকুৱা আপোনাৰ কৰ্ম
যেনেকুৱা আপোনাৰ কৰ্ম, তেনেকুৱায়ে আপোনাৰ ভাগ্য হয়।)”

~ বৃহদাৰণ্যক উপনিষদ, ৪.৪.৫ ~