(Translated by https://www.hiragana.jp/)
২৮ জুন - ৱিকিউদ্ধৃতি সমললৈ যাওক

২৮ জুন

ৱিকিউদ্ধৃতিৰ পৰা

বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:

২০২৩
“এজোপা গছ সদায় গছ হয়; ঠিক তেনেকৈ এটা চৰাই বা এডোখৰ শিলো এটা চৰাই বা এডোখৰ শিলো হয়। সিহঁতে আন একো পৰিণতিৰ কথা চিন্তা নকৰে বা নিজৰ অস্তিত্বৰ উদ্দেশ্যৰ বিষয়েও প্ৰশ্ন নকৰে। একমাত্ৰ মানুহেহে অন্তহীনভাৱে নিজৰ অস্তিত্বৰ উদ্দেশ্য সম্পৰ্কে প্ৰশ্ন কৰি থাকে৷ এইটোৱেই হ’ল মানুহ হোৱাৰ গৌৰৱ বা যন্ত্ৰণা।”
~ মৰ্টিমাৰ এড্‌লাৰ ~