(Translated by https://www.hiragana.jp/)
আকিৰা য়শ্বিন' - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

আকিৰা য়শ্বিন'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আকিৰা য়শ্বিন'

জন্ম ৩০ জানুৱাৰী, ১৯৪৮ (৭৬ বছৰ)
চুইটা, জাপান
ক্ষেত্ৰ বিদ্যুৎৰসায়ন
কৰ্মস্থান আছাহি কাছেই
মেইজ' বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান ক্যিট' বিশ্ববিদ্যালয় (বিএছ, এমএছ)
অছাকা বিশ্ববিদ্যালয় (পিএইছডি)
উল্লেখনীয় বঁটা পৰিৱেশ আৰু সতৰ্কতা প্ৰযুক্তিৰ আই.ই.ই.ই. পদক (২০১২)
বিশ্ব শক্তি পুৰস্কাৰ (২০১৩)
চাৰ্লছ ষ্টাৰ্ক ড্ৰেপাৰ প্ৰাইজ (২০১৪)
জাপান প্ৰাইজ (২০১৮)
ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (২০১৯)

আকিৰা য়শ্বিন' (吉野よしの あきら য়শ্বিন' আকিৰা?, জন্ম: ৩০ জানুৱাৰী ১৯৪৮) এগৰাকী জাপানী ৰসায়নবিদ। তেওঁ বৰ্তমান আছাহি কাছেই সংগঠনৰ সদস্য আৰু মেইজ' বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উদ্ভাৱক। এই বেটেৰী বৰ্তমান ম'বাইল ফোন, নোটবুক, লেপটপ, গাড়ী ইত্যাদি সকলোতে ব্যৱহাৰ কৰা হয়। তেওঁ জন বেনিষ্টাৰ গুডএনাফ আৰু এম. ষ্টেনলী হুইটটিনগামৰ সৈতে "লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে" ২০১৯ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[1]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]