(Translated by https://www.hiragana.jp/)
১০ ফেব্ৰুৱাৰী - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

১০ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

১০ ফেব্ৰুৱাৰী (ইংৰাজী: 10 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৪টা দিন (অধিবৰ্ষত ৩২৫ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

[সম্পাদনা কৰক]
  • ১২৫৮ – মোগলসকলে বাগদাদ আক্ৰমণ কৰে আৰু আবাছিড খালিফাত ধ্বংস কৰে।
  • ২০১৩ – কুম্ভ মেলাৰ সময়ত ভাৰতৰ এলাহবাদত সংঘটিত এক হত্যাকাণ্ডত ৩৬জন লোক নিহত আৰু ৩৯জন লোক আহত হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]