(Translated by https://www.hiragana.jp/)
২৫ মে' - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

২৫ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

২৫ মে' (ইংৰাজী: 25 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৫তম (অধিবৰ্ষত ১৪৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২০টা দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলী

[সম্পাদনা কৰক]
  • ২০১৪ - ভাৰতীয় পৰ্বতাৰোহী মালাৱাত পূৰ্ণাই এভাৰেষ্ট শৃংগৰ শিখৰ আৰোহণ কৰি মাত্ৰ ১৩ বছৰ, ১১মাহ বয়সতে হিমালয়ৰ উচ্চ শিখৰ আৰোহণ কৰা বৰ্তমানলৈ বিশ্বৰ একেবাৰেই কমবয়সীয়া নাৰী হিচাপে বিবেচিত হয়।[1]
  • ২০১৮ - প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু নৰেন্দ্ৰ মোদীয়ে শান্তি নিকেতনত বাংলাদেশ ভৱন উদ্বোধন কৰে।
  • ১৮৬৫ - পিটাৰ জেমান, নেদাৰলেণ্ডৰ বিখ্যাত পদাৰ্থবিজ্ঞানী।
  • ১৯৭৪ - যমুনা কৃষ্ণণ, ভাৰতীয় অজৈৱ ৰসায়নবিজ্ঞানী।
  • ১৮৯৫ - অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ।(মৃত্যু: ১৯৭৫ চন)
  • ১৯০৬ - ৰামকিঙ্কৰ বেইজ, ভাৰতৰ পশ্চিমবঙ্গ, বাঁকুড়া জিলাৰ বিখ্যাত ভাস্কৰ।
  • ১৯২৭ - ললিত কুমাৰ দলে, ভাৰতীয় ৰাজনীতিক।
  • ১৯৬৩‌ - মাইক মায়াৰ্ছ, আমেৰিকান কৌতুকাভিনেতা।
  • বিশ্ব থাইৰয়ড দিৱস।

বহিঃসংযোগ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]