(Translated by https://www.hiragana.jp/)
অপৰিমেয় সংখ্যা - অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক

অপৰিমেয় সংখ্যা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
The mathematical constant πぱい is an irrational number that is much represented in popular culture.
The number 2 is irrational.

অপৰিমেয় সংখ্যা (Irrational Number): গণিতত অপৰিমেয় সংখ্যা বোৰ বাস্তৱ সংখ্যা। যিবোৰ সংখ্যাক কোনো অখণ্ড সংখ্যা p আৰু q-ৰ বাবেই p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি,তেনে সংখ্যাক অপৰিমেয় সংখ্যা বোলে। অৰ্থাৎ অপৰিমেয় সংখ্যাক ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পৰা নাযায়। কিন্তু এই সমূহক দশমিক সংখ্যাত প্ৰকাশ কৰিব পাৰি। যেনেঃ √২, πぱい ইত্যাদি। ইয়াত √২=১.৪১৪২১৩৫৬... আকৌ πぱい=৩.১৪১৫৯২৬...